Mahabahu Bramhoputra Bhupen Hazarika Mp3 Song Download
Get This Song
Play Online
Share This Song
Mahabahu Bramhoputra Song Lyrics
স্বকীয় ৰূপ লৈ ব'হাগনো আহে ক'লৈ
ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো
এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি
মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ
কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ
সুদূৰ কান্যকুব্জৰে পৰা বাৰ-ভূঞা আহিছিলে
সেই বংশতে শংকৰদেৱ ইয়াতে জনমিলে
মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে
দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি আঁকিলে
পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেঁতু গঢ়িলে
সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত
দূৰৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে
জাতি-ধর্ম-ভাষা সবাকে স্বদেশ প্রেমেৰে বান্ধিলে
কিৰাট পুত্র বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে
সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত
পদ্দানদীৰ ধুমুহাত পৰি কত শতজন আহিলে
লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে
কিছু ল'ব লাগে কিছু দিব লাগে জীণ যাবলে' হ'লে
মিলিব লাগে মিলাব লাগে ৰবীন্দ্রনাথেও ক'লে
অগ্রৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্রপাত বোৱালে
অজীণ পাতকী সবৰ চক্র জ্যোতিৰে কৰি ব্যর্থ
মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ
কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ
You May Also Like
» Moi Eti Jajabar [Bhupen Hazarika] » Megha Chhaye Aadhi Raat [Lata Mangeshkar] » Shilongare Godhuli [Bhupen Hazarika] » Tez Dila Pran Dila [Bhupen Hazarika] » Andhakarer Ei Raater Sheshe Kishore Kumar [Kishore Kumar] » Bistirna Parare [Bhupen Hazarika] » Kunhuraa Bon [Bhupen Hazarika] » Saisabte Dhemalite [Bhupen Hazarika]FAQs for Mahabahu Bramhoputra
Who is singer of Mahabahu Bramhoputra song ?
Singer of Bhupen Hazarika.
Who is writer of Mahabahu Bramhoputra song ?
Bhupen Hazarika wrote this Song.
Who is the music director of Mahabahu Bramhoputra song ?
Mahabahu Bramhoputra is Tuned by Lata Mangeshkar, Bhupen Hazarika, Kishore Kumar.
Which label release Mahabahu Bramhoputra song ?
Mahabahu Bramhoputra is released under the label of Saregama Music.
Whats the playtime (duration) of Mahabahu Bramhoputra song ?
Playtime of song Mahabahu Bramhoputra is 04:37 minute.
How can I download Mahabahu Bramhoputra song ?
You can download Mahabahu Bramhoputra song via click above download links.