Bistirna Parare Bhupen Hazarika Mp3 Song Download
Get This Song
Play Online
Share This Song
Bistirna Parare Song Lyrics
বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয়?
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয়?
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয়?
সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয়?
ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয়?
তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহ'লে প্ৰেৰণা নিদিয়া কিয়?
উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰশয্যাতে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলাঁ কিয়?
You May Also Like
» Ami Asamiya [Bhupen Hazarika] » Saisabte Dhemalite [Bhupen Hazarika] » Majh Nisha Mor [Bhupen Hazarika] » Anamika Biday [Bhupen Hazarika] » Andhakarer Ei Raater Sheshe Kishore Kumar [Kishore Kumar] » Tomar Premer Bhogjorati [Bhupen Hazarika] » Tez Dila Pran Dila [Bhupen Hazarika] » Moi Eti Jajabar [Bhupen Hazarika]FAQs for Bistirna Parare
Who is singer of Bistirna Parare song ?
Singer of Bhupen Hazarika.
Who is writer of Bistirna Parare song ?
Bhupen Hazarika wrote this Song.
Who is the music director of Bistirna Parare song ?
Bistirna Parare is Tuned by Lata Mangeshkar, Bhupen Hazarika, Kishore Kumar.
Which label release Bistirna Parare song ?
Bistirna Parare is released under the label of Saregama Music.
Whats the playtime (duration) of Bistirna Parare song ?
Playtime of song Bistirna Parare is 03:14 minute.
How can I download Bistirna Parare song ?
You can download Bistirna Parare song via click above download links.